অসমখেলগুৱাহাটীবিশ্ব

প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ’ব মহিলা বিশ্বকাপ ক্ৰিকেট

বিশ্বকাপৰ উদ্ধোধনী মেচ শ্ৰীলংকা আৰু ঘৰুৱা দল ভাৰতৰ মাজত অনুষ্ঠিত হ'ব

গুৱাহাটী ক্ৰীড়াপ্ৰেমীসকলৰ বাবে সুখবৰ। অহা ৩০ ছেপ্টেম্বৰৰ পৰা প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ’ব মহিলা বিশ্বকাপ ক্ৰিকেট ।

মহিলা বিশ্বকাপ ক্ৰিকেটৰ উদ্ধোধনী অনুষ্ঠানত বিশেষ অংশগ্ৰহণ কৰিব সুপ্ৰসিদ্ধ গায়িকা শ্ৰেয়া ঘোষালে। উদ্ধোধনী মেচত মুখামুখি হ’ব শ্ৰীলংকা আৰু ঘৰুৱা দল ভাৰত। ভাৰতীয় মহিলা দলত থাকিব অসম কন্যা উমা ছেত্ৰী, যাৰ বাবেই ৰাজ্যবাসীৰ মাজত বিশেষ উৎসাহ দেখা গৈছে।

এই খেলসমূহ উপভোগ কৰিবলৈ টিকটৰ ব্যৱস্থাও সাধাৰণ ৰাইজৰ বাবে সহজ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ১০০ টকাৰ পৰা উপলব্ধ হ’ব খেলৰ টিকট।

বিশ্বকাপৰ উদ্ধোধনী মেচ শ্ৰীলংকা আৰু ঘৰুৱা দল ভাৰতৰ মাজত অনুষ্ঠিত হ’ব । ভাৰতৰ মহিলা দলটো থাকিব অসম কন্যা উমা ছেত্ৰী ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 + two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.