অসমদৈনিক বাতৰিমেঘালয়
মেঘালয়ৰ সোণাপুৰত ভয়ংকৰ ভূমিস্খলন, ভূমিস্খলনৰ ফলত ব্যাহত যান-বাহনৰ চলাচল
মেঘালয়ৰ সোণাপুৰত ভয়ংকৰ ভূমিস্খলন
![মেঘালয়ৰ সোণাপুৰত ভয়ংকৰ ভূমিস্খলন, ভূমিস্খলনৰ ফলত ব্যাহত যান-বাহনৰ চলাচল মেঘালয়ৰ সোণাপুৰত ভয়ংকৰ ভূমিস্খলন, ভূমিস্খলনৰ ফলত ব্যাহত যান-বাহনৰ চলাচল](https://prathamkhabartv.com/wp-content/uploads/2023/05/vlcsnap-2023-05-27-11h26m20s903-780x470.png)
মেঘালয়ৰ সোণাপুৰত ভয়ংকৰ ভূমিস্খলন
ভূমিস্খলনৰ ফলত ব্যাহত যান-বাহনৰ চলাচল
বন্ধ হৈ পৰিছে শিলচৰ-গুৱাহাটী ৰাষ্ট্ৰীয় পথ
ৰাজপথত আবদ্ধ শ শ যান-বাহন
ইষ্ট জয়ন্তীয়া হিলছ প্ৰশাসনৰ উদ্ধাৰ অভিযান
মেঘালয়ত অত্যধিক বৰষুণৰ ফলত এই ভূমিস্খলন