অসম

লামডিঙত সংঘটিত এক বীভৎস ঘটনা! সুৰাৰ ৰাগীত মাতাল হৈ পত্নীৰ ওপৰত অবৰ্ণনীয় নিৰ্যাতন স্বামীৰ।

যি ঘটনাৰ বৰ্ণনা শুনিলে বুকু কঁপি উঠিব সকলোৰে।

লামডিঙত সংঘটিত হৈছে এক বীভৎস ঘটনা। যি ঘটনাৰ দৃশ্য দেখিলে বুকু কঁপি উঠিব সকলোৰে। এগৰাকী মহিলাৰ ওপৰত স্বামী আৰু শাহুৰ পৈশাচিক নিৰ্যাতন। সুজিত গোৱালা নামৰ লোকজনে সুৰাৰ ৰাগীত মাতাল হৈ পত্নীৰ ওপৰত চলাইছে অবৰ্ণনীয় নিৰ্যাতন।

বিবস্ত্ৰ কৰি পত্নীৰ শৰীৰত জ্বলা কাঠ লগাই দিয়ে সুজিত নামৰ মানৱৰূপী দানৱটোৱে। কণ কণ সন্তানৰ সন্মুখতে মহিলাগৰাকীক স্বামীৰ এক পাশবিক নিৰ্যাতন। সম্প্ৰতি মহিলাগৰাকীয়ে লামডিং থানাত দাখিল কৰিছে এজাহাৰ। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.