Social

অসুস্থ লালু প্ৰসাদ যাদৱ, দিল্লীৰ AIIMSত চিকিৎসাধীন নেতাগৰাকী

শুকুৰবাৰে, জ্বৰত আক্ৰান্ত হয় নেতাগৰাকী। অসুস্থ হৈ পৰা লালু প্ৰসাদ যাদৱক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় AIIMSত।

গুৰুতৰভাৱে অসুস্থ ৰাষ্ট্ৰীয় জনতা পাৰ্টীৰ(RJD) প্ৰধান লালু প্ৰসাদ যাদৱ। দিল্লীৰ AIIMSত চিকিৎসাধীন RJD প্ৰধানগৰাকী।

শুকুৰবাৰে, জ্বৰত আক্ৰান্ত হয় নেতাগৰাকী। অসুস্থ হৈ পৰা লালু প্ৰসাদ যাদৱক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় AIIMSত। শাৰীৰিক অসুস্থতাত ভুগা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ স্বাস্থ্য বৰ্তমান কিছু পৰিমাণে উন্নত বুলি জানিবলৈ দিয়ে হাস্পতাল কৰ্তৃপক্ষই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.