অসমদৈনিক বাতৰিভাৰত

RJD নেতা লালুপ্ৰসাদ যাদৱৰ সম্পত্তি জব্দ, EDএ জব্দ কৰে লালু পৰিয়ালৰ ৬ কোটি ২ লাখ টকাৰ সম্পত্তি

RJD নেতা লালুপ্ৰসাদ যাদৱৰ সম্পত্তি জব্দ, EDএ জব্দ কৰে লালু পৰিয়ালৰ ৬ কোটি ২ লাখ টকাৰ সম্পত্তি

RJD নেতা লালুপ্ৰসাদ যাদৱৰ সম্পত্তি জব্দ

EDএ জব্দ কৰে লালু পৰিয়ালৰ ৬ কোটি ২ লাখ টকাৰ সম্পত্তি

গাজিয়াবাদ আৰু বিহাৰৰ সকলো সম্পত্তি জব্দ

ভূমিৰ বিনিময়ত ৰে’লৱেত চাকৰিৰ কেলেংকাৰি লালুৰ

‘লেণ্ড ফৰ জব’ কেলেংকাৰিৰ গোচৰত জব্দ সম্পত্তি

দিল্লীৰ ৰাউজ এভেনিউ আদালতত পৰৱৰ্তী শুনানি ৭ আগষ্টত

গোচৰটোত ১৭জন লোক অভিযুক্ত

২০০৪ আৰু ২০০৯ চনৰ ভিতৰত হৈছিল কেলেংকাৰি

লালুপ্ৰসাদ যাদৱ ৰে’লমন্ত্ৰী হৈ থাকোঁতে সংঘটিত এই কেলেংকাৰি

চাকৰিৰ বিনিময়ত প্ৰাৰ্থীৰ পৰা ভূমি হস্তান্তৰ কৰিছিল লালুৱে

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.