SocialViralঅভিনয়

সুদৰ্শনা অভিনেত্ৰী হৈয়ো নিজক কিয় ভাল পোৱা নাছিল এগৰাকী অভিনেত্ৰীয়ে?

১৫ বছৰ বয়সতে কিয় বিবাহপাশত আৱদ্ধ হৈছিল অভিনেত্ৰীগৰাকী?

এগৰাকী অভিনেত্ৰীৰ জীৱন গাথা।অভিনয় জগতত তেওঁ সফলভাৱে আগুৱাই গৈছিল যদিও নিজৰ জীৱনটোক লৈ অলপো সুখী নাছিল অভিনেত্ৰীগৰাকী।কিয়নো মাত্ৰ ১৫ বছৰ বয়সতে বিবাহপাশত আৱদ্ধ হৈছিল অভিনেত্ৰীগৰাকী ।

বিবাহপাশত আৱদ্ধ হৈয়ে ১৮ বছৰ বয়সতে হৈছিল মাতৃ হৈছিল !এই অভিনেত্ৰীগৰাকী ৭০ৰ দশকৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী যিয়ে কেৱল অভিনয়ৰে নহয় নিজৰ সৌন্দৰ্য্যৰেও মানুহৰ হৃদয় জয় কৰিছিল। সেই সময়ছোৱাত তেওঁ বহু হিট ছবিত অভিনয় কৰিছিল আৰু এই অভিনেত্ৰীগৰাকীয়েই হৈছে মৌচুমী চেটাৰ্জী।

ধৰ্মেন্দ্ৰ, জীতেন্দ্ৰ, বিনোদ খান্নাৰ দৰে অভিনয় কৰিছিল চেটাৰ্জীয়ে।কেৱল ইমানেই নহয় ৭০-৮০ৰ দশকৰ ছুপাৰষ্টাৰ বিনোদ খান্নাৰ প্ৰেমটো পৰিছিল এই অভিনেত্ৰীৰ গৰাকী।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.