leatest updateঅসমগুৱাহাটীদৈনিক বাতৰিপৰিৱেশ

মহানগৰীৰ ৱিভিন্ন স্থানত আৰম্ভ হৈছে ভূমিস্খলনৰ ভয়াৱহতা।

মহানগৰীৰ ৩৬৬টা স্থানক ভূমিস্খলনপ্ৰৱণ এলেকা হিচাপে চিনাক্ত

প্ৰৱল বৃষ্টিপাতৰ মাজত এইবাৰ গুৱাহাটী মহানগৰীৰ ৱিভিন্ন স্থানত আৰম্ভ হৈছে ভূমিস্খলনৰ ভয়াৱহতা। কামাখ্যাৰ দুৰ্গা সৰোবৰ অঞ্চলত অঞ্চলটোৰ মূল পথটোৰ একাংশ খহি পৰে। পথটোৰ নামনিত কেইবাটাও বাসগৃহ আছিল যদিও কোনোমতে ৰক্ষা পৰে অঘটনৰ পৰা।

মহানগৰীৰ খাৰঘূলিতো সোমবাৰে সংঘটিত হয় আন এক ভূমিস্খলনৰ ঘটনা। ইফালে, চিৰিয়াখানাৰ সমীপত খহি পৰে এখন গাৰ্ডৱাল। উল্লেখ্য যে গুৱাহাটী মহানগৰীৰ ৩৬৬টা স্থানক ভূমিস্খলনপ্ৰৱণ এলেকা হিচাপে চিনাক্ত কৰি ইতিপূৰ্ৱে জনতাক সতৰ্ক কৰি দিছে জিলা প্ৰশাসনে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine − 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.