অসমআঞ্চলিক

ভাদ মাহত ভুলটো নকৰিব এইকেইটা কাম! ভয়ংকৰ বিপদত পৰিব আপুনি

এই পৱিত্ৰ ভাদ মাহত এনে কিছুমান কাম আছে যি আপুনি কৰিব নালাগে। অৰ্থাৎ কিছুমান কামৰ পৰা দূৰত থকা উচিত। আৰু সেয়া হৈছে-

ভাদ মাহত এইকেইটা কাম কেতিয়াও নকৰিব! ভয়ংকৰ বিপদত পৰিব আপুনি

ভাদ মাহ হৈছে ভগৱান শ্রী কৃষ্ণৰ প্ৰিয় মাহ। এই মাহতে তেওঁৰ জন্ম হৈছিল। যদিহে ধৰ্মীয় দৃষ্টিত চোৱা হয়, তেন্তে এই ভাদ মাহত, ভক্তি, স্নান, দান, ধৰ্মীয় গুণানুকীৰ্তন, ব্ৰট, উপবাস কৰাৰ বাবে উত্তম। এই বিশেষ মাহত, দান, ব্ৰট আদি কৰিলে, জন্ম জন্মান্তৰৰ পাপ নাশ হয়। কিন্তু বেদ আৰু পুৰাণৰ মতে, এই পৱিত্ৰ ভাদ মাহত এনে কিছুমান কাম আছে যি আপুনি কৰিব নালাগে। অৰ্থাৎ কিছুমান কামৰ পৰা দূৰত থকা উচিত। আৰু সেয়া হৈছে-

১/এই পৱিত্ৰ ভাদ মাহত ৰবিবাৰে, চাউল সেৱন কৰাৰ পৰা বিৰত থকাটো ভাল। মান্যতা অনুসাৰি ভাদ মাহত গুৰু সেৱা কৰা উচিত নহয়। ইয়াৰ দ্বাৰা কন্ঠস্ব বেয়া হয়। লগতে এই মাহত তিলৰ তেল সেৱন কৰাটো বৰ্জিত কৰা হৈছে। কাৰণ ই, আয়ুসৰ ক্ষেত্রত প্ৰভাৱ পেলায়।

২/ এই ভাদ মাহত দৈ সেৱন কৰাৰ পৰা বিৰত থকা ভাল। কাৰণ এই মাহত দৈ সেৱন কৰিলে, স্বাস্থ্য ওপৰত বেয়া প্ৰভাৱ পৰে।

৩/এই ভাদ মাহত আনৰ ঘৰৰ পৰা দিয়া ভাত একেবাৰে নাখাব। ইয়াৰ দ্বাৰা মা লক্ষ্মী অসন্তোষ হয়।

 

৪/এই ভাদ মাহত মাংস আৰু মূলা বেঙেনা, খোৱা একেবাৰে উচিত নহয়। কাৰণ ইয়াৰ পাছত আছে বৈজ্ঞানিক কাৰণ।

 

৫/ভাদ মাহত ভগৱান বিষ্ণু তথা তেওঁৰে অৱতাৰ প্ৰভূ শ্রী কৃষ্ণৰ অধিক মহত্বৰ আছে যিমান দূৰত থাকে সিমানে মংগল। নহ’লে মা লক্ষ্মী ৰুষ্ট হ’ব পাৰে আৰু ইয়াৰ দ্বাৰা মা লক্ষ্মী পৰা শুভ ফল নাপাব।

 

৬/এই মাহত নাৰিকল তেল ব্যৱহাৰ কৰাটো একেবাৰে উচিত নহয়।।

-সংগ্ৰহিত-

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.