AssamCultureleatest update

সামৰণি পৰিল অষ্টম অসম আন্তৰ্জাতিক কৃষি-উদ্যান শস্য মেলা ২০২৩।

১১খন দেশৰ প্ৰতিনিধিৰ লগতে ৩০ গৰাকী গৱেষকেও ভাগ ল’লে আন্তৰ্জাতিক কৃষি-উদ্যান শস্য মেলাত।

সামৰণি পৰিল অষ্টম অসম আন্তৰ্জাতিক কৃষি-উদ্যান শস্য মেলা ২০২৩। খানাপাৰাত ১৬ ডিচেম্বৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত মেলাত প্ৰদৰ্শিত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কৃষি খণ্ডৰ বিকাশৰ প্ৰতিচ্ছবি। ১১খন দেশৰ প্ৰতিনিধিৰ লগতে ৩০ গৰাকী গৱেষকেও ভাগ ল’লে আন্তৰ্জাতিক কৃষি-উদ্যান শস্য মেলাত।

ৰাজ্যৰ প্ৰতিখন জিলাৰ কৃষকসকলে মেলাত বিক্ৰী কৰিলে নিজৰ উৎপাদিত সামগ্ৰী। ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ক্ষেত্ৰত উজ্বলি উঠা কৃষকসকলক সম্বোধনা জনোৱা হয় মেলাৰ সামৰণি অনুষ্ঠানত। মেলাৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৃষিমন্ত্ৰী অতুল বৰাৰ। উপস্থিত থাকে বিত্তমন্ত্ৰী অজন্তা নেওগ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 + 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.