AssamCMO Assamleatest updatepoliticalSocial

গুৱাহাটীত জ্যেষ্ঠ বিজেপি নেতা বি এল সন্তোষ,

মঙলবাৰে দুখনকৈ বৈঠকত অংশ ল’ব দলটোৱে

গুৱাহাটীত জ্যেষ্ঠ বিজেপি নেতা বি এল সন্তোষ

গুৰুত্বপূৰ্ণ বৈঠকৰ বাবে উপস্থিত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকগৰাকী

গুৱাহাটীত বিজেপি নেতা অৰুণ কুমাৰ, সম্বিত পাত্ৰ, ঋতুৰাজ সিনহা

মঙলবাৰে দুখনকৈ বৈঠকত অংশ ল’ব দলটোৱে

প্ৰথম বৈঠক অনুষ্ঠিত হ’ব সুদৰ্শনালয়ত

দ্বিতীয়খন বৈঠক কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত

কইনাধৰাৰ বৈঠকত অংশ ল’ব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই

লোকসভা নিৰ্বাচনকেন্দ্ৰিক আলোচনাৰ সম্ভাৱনা

স্থান পাব উত্তৰ-পূবৰ সাংগঠনিক দিশটোৱেও

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.