AssamCMO Assamleatest updatescamSocial

দ্বিতীয়বাৰৰ কাৰণে জেৰাৰ সন্মুখীন নিলম্বিত ADC সুকন্যা বৰা।

সুকন্যাৰ বিৰুদ্ধে ৰুজু হৈছে আয় বহিৰ্ভুত সম্পত্তিৰ গোচৰ

কামৰূপ মহানগৰ জিলাৰ নিলম্বিত ADC সুকন্যা বৰাক আজি দ্বিতীয়বাৰৰ কাৰণে জেৰা কৰিলে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে। অজিত ভূঞাৰ সাংসদ পুঁজিৰ কেলেংকাৰিত অভিযুক্ত হৈ চাকৰি হেৰুৱাইছিল অসম অসামৰিক সেৱাৰ বিষয়াগৰাকীয়ে।

ইতিমধ্যে সুকন্যাৰ বিৰুদ্ধে ৰুজু হৈছে আয় বহিৰ্ভুত সম্পত্তিৰ গোচৰ। ৮ বছৰীয়া চাকৰি জীৱনত সুকন্যা বৰাই আহৰণ কৰিছে দহ কোটিৰো অধিক টকাৰ বিভিন্ন স্থাৱৰ অস্থাৱৰ সা-সম্পত্তি।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 − one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.