leatest updateঅসমদৈনিক বাতৰিভাৰতৰাজনৈতিক

তেজপুৰৰ পৰা ছুখয় ফাইটাৰ জেটেৰে উৰা মাৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ

যুদ্ধ বিমানৰ উৰা দেশৰ দ্বিতীয়গৰাকী মহিলা ৰাষ্ট্ৰপতি মুৰ্মূ।

অসমত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৰ আজি তৃতীয়টো দিন। তৃতীয় দিনটোত তেজপুৰ ভ্ৰমণৰ বাবে আজি তেজপুৰ উপস্থিত হয় ৰাষ্ট্ৰপতি মুৰ্মূ। তেজপুৰ বায়ুসেনা ঘাটিত ৰাষ্ট্ৰপতিৰ উপস্থিতিক লৈ বিশেষ আয়োজন কৰা হৈছে। তেজপুৰ যুঁজাৰু বিমান ছুখয়-৩০ৰ উৰণৰ অভিজ্ঞতা ল’ব ৰাষ্ট্ৰপতিয়ে। যুদ্ধ বিমানৰ উৰা দেশৰ দ্বিতীয়গৰাকী মহিলা ৰাষ্ট্ৰপতি মুৰ্মূ। তেজপুৰৰ পৰা ছুখয় ফাইটাৰ জেটেৰে উৰা মাৰিব ৰাষ্ট্ৰপতিয়ে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.