অসমকর্ণাটকগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ BJP প্ৰাৰ্থী তালিকা ঘোষণা

২২৪ সমষ্টিৰ বাবে প্ৰথম পৰ্যায়ত ১৮৯ প্ৰাৰ্থী তালিকা ঘোষণা। প্ৰাৰ্থী তালিকাত কেৱল ৮ মহিলা প্ৰাৰ্থী, ৫২ নতুন মুখৰ প্ৰাৰ্থী।

কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনৰ বাবে BJP প্ৰাৰ্থী তালিকা ঘোষণা।

২২৪ সমষ্টিৰ বাবে প্ৰথম পৰ্যায়ত ১৮৯ প্ৰাৰ্থী তালিকা ঘোষণা।

প্ৰাৰ্থী তালিকাত কেৱল ৮ মহিলা প্ৰাৰ্থী, ৫২ নতুন মুখৰ প্ৰাৰ্থী।

বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন কমিটীৰ বৈঠকৰ পাছতে ঘোষণা।

১০ মে’ত অনুষ্ঠিত হ’ব কৰ্ণাটক বিধানসভাৰ নিৰ্বাচন।

১৩ মে’ত ঘোষণা হ’ব কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ফলাফল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.