leatest updateঅপৰাধঅসমগুৱাহাটীদৈনিক বাতৰিভাৰত

‘যি বুজিছো জোনমণি ৰাভাৰ মৃত্যু হত্যকাণ্ড বুলিয়েই প্ৰমাণিত হ’বগে যেন পাওঁ।’…

জোনমণিৰ মৃত্যুক লৈ এটাৰ পিছত এটা তথ্য পোহৰলৈ আহিছে।

ন-ন ৰূপ লৈছে জোনমণি ৰাভাৰ মৃত্যুয়ে। জোনমণিৰ মৃত্যুক লৈ এটাৰ পিছত এটা তথ্য পোহৰলৈ আহিছে। বহুতে জোনমণি ৰাভাৰ মৃত্য়ুক হত্যাকাণ্ড বুলিও অভিযোগ উত্থাপন কৰিছে। জোনমণিৰ মৃত্যুৰ সন্দৰ্ভত এতিয়া তৎপৰ হৈ পৰিছে আৰক্ষী- প্ৰশাসনো। পিছে প্ৰকৃততে এইয়া হত্যাকাণ্ড হয়নে! সেইয়া বৰ্তমানেও নিশ্চত হ’ব পৰা নাই।

জোনমণি ৰাভাৰ মৃত্যুৰ সন্দৰ্ভত এতিয়া মুখ খুলিছে অখিল গগৈয়ে। সামাজিক মাধ্যমত অখিল গগৈৰ এটা বিশেষ পোষ্ট। পোষ্টটোত তেওঁ লিখিছে ,’যি বুজিছো জোনমণি ৰাভাৰ মৃত্যু হত্যকাণ্ড বুলিয়েই প্ৰমাণিত হ’বগে যেন পাওঁ। পুলিচক ভোৱা এনকাউন্টাৰৰ লাইচেন্স দি এতিয়া ৰাজ্যত অৰাজক পৰিস্থিতি! নিয়ন্ত্ৰনহী গৃহ বিভাগ।’

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 + thirteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.