leatest updateঅসমগুৱাহাটীদৈনিক বাতৰিভাৰত
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত ল’লে ৰবীন ফুকনে…
১২ মে’ত ন্যায়াধীশ হিচাপে নিযুক্তি পাইছিল ৰবীন ফুকনে
![গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত ল'লে ৰবীন ফুকনে... গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত ল'লে ৰবীন ফুকনে...](https://prathamkhabartv.com/wp-content/uploads/2023/05/download-1.jpg)
ন্যায়াধীশ হিচাপে শপত গ্ৰহণ ৰবীন ফুকনৰ
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰূপে ল’লে শপত
শপতবাক্য পাঠ কৰোৱায় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ আছিল ফুকন
১২ মে’ত ন্যায়াধীশ হিচাপে নিযুক্তি পাইছিল ৰবীন ফুকনে