শ্ৰেণীবিহীন

পুনৰ গুৱাহাটী আৰক্ষীৰ জালত ভিক্তৰ দাস…

মাৰপিটৰ গোচৰত আটক ভিক্তৰ দাসক

পুনৰ গুৱাহাটী আৰক্ষীৰ জালত ভিক্তৰ দাস

মাৰপিটৰ গোচৰত আটক ভিক্তৰ দাসক

পল্টনবজাৰ আৰক্ষীয়ে আটক কৰিছে ভিক্তৰক

লাচিত নগৰৰ এটা শৈক্ষিক প্ৰতিষ্ঠানত মাৰপিটত লিপ্ত হৈছিল ভিক্তৰ

২জনকৈ লোকক প্ৰহাৰৰ অভিযোগ ভিক্তৰৰ বিৰুদ্ধে

‘স্কৰ্ট এন ই’নামৰ শৈক্ষিক প্ৰতিষ্ঠানটোত গুণ্ডাগিৰিৰ অভিযোগ

বৰ্তমান পল্টনবজাৰ থানাত ভিক্তৰ দাস

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 − one =

Back to top button