Assamঅসমদৈনিক বাতৰি

যোৰহাটত উৱলি যোৱা অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ, অনাহাৰে থকাৰ ফলতেই মৃত্যু অনুপমা দত্তৰ

যোৰহাটত উৱলি যোৱা অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ, অনাহাৰে থকাৰ ফলতেই মৃত্যু অনুপমা দত্তৰ

যোৰহাটত উৱলি যোৱা অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ। বাহনা ধৌৱাপুখুৰী গাঁৱৰ এটা বাসগৃহত উদ্ধাৰ মৃতদেহটো। বিছনাত শুই থকা অৱস্থাত উদ্ধাৰ অনুপমা দত্তৰ মৃতদেহ। বিদেশত কৰ্মৰত আছিল ২ পুত্ৰ। জ্যেষ্ঠ পুত্ৰ কৰ্মৰত আছিল নিউয়ৰ্কত। সৰু পুত্ৰ কৰ্মৰত আছিল গেংটকত।

মানসিক বিকাৰগ্ৰস্ত কন্যাৰ সৈতে বাস কৰিছিল মাতৃ। মাতৃৰ খাদ্য যোগানৰ বাবে বন্দৱস্ত কৰিছিল হোটেল। কিন্তু হোটেল কৰ্তৃপক্ষক এমাহ ধৰি দিয়া নাছিল ধন। এমাহে খাদ্য যোগান নধৰাত অনাহাৰে আছিল মাতৃ। অনাহাৰে থকাৰ ফলতেই মৃত্যুক সাৱটে মাতৃয়ে।

কন্যাই গমেই নাপালে মাতৃৰ মৃত্যুৰ কথা। কেইবাদিন পূৰ্বে মৃত্যু হোৱা বুলি সন্দেহ স্থানীয়ৰ। আৰক্ষীৰ উপস্থিতিত তদন্ত আৰম্ভ।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.