অসমআন্তঃৰাষ্ট্ৰীয়

অসমৰ দুখন তথ্যচিত্ৰলৈ জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বঁটা

‘হাড়গিলা দ্য গ্ৰেটাৰ এডজুটেণ্ট ষ্ট’ৰ্ক’লৈ শ্ৰেষ্ঠ তথ্যচিত্ৰ বঁটা।

‘হাড়গিলা দ্য গ্ৰেটাৰ এডজুটেণ্ট ষ্ট’ৰ্ক’লৈ শ্ৰেষ্ঠ তথ্যচিত্ৰ বঁটা। পূৰ্ণিমা দেৱী বৰ্মনৰ হাড়গিলা সংৰক্ষণৰ কাহিনীৰে এই তথ্যচিত্ৰ নিৰ্মাণ কৰা হৈছে। ‘হাড়গিলা’ৰ হৈ বঁটা গ্ৰহণ কৰে পৰিচালক পাৰ্থসাৰথি মহন্তই। প্ৰযোজকদ্বয় মীনা মহন্ত, ইন্দ্ৰাণী বৰুৱায়ো বঁটা গ্ৰহণ কৰে। প্ৰখ্যাত অভিনেত্ৰী অপৰ্ণা সেনে প্ৰদান কৰে এই বঁটা। একেটা চলচ্চিত্ৰ মহোৎসৱত। ‘লাচিত দ্য ৱাৰিয়ৰ’ৰ বাবে দুটাকৈ বঁটা। পাৰ্থসাৰথি মহন্তই লাভ কৰে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা । অনুপম মহন্তই লাভ কৰে শ্ৰেষ্ঠ ক্ৰিয়েটিভ ডাইৰেক্টৰৰ বঁটা। প্ৰখ্যাত পৰিচালক পংকজ পৰাশৰে প্ৰদান কৰে এই বঁটা। দুয়োখন তথ্যচিত্ৰৰ প্ৰযোজক মীনা মহন্ত, ইন্দ্ৰাণী বৰুৱা। ৬-১০ জানুৱাৰীলৈ। জয়পুৰত অনুষ্ঠিত হৈছে চলচ্চিত্ৰ মহোৎসৱ। ৮০খন দেশৰ ২ হাজাৰ ২০৫খন ছবিৰ অংশগ্ৰহণ।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four + fifteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.