অৰ্থনৈতিকঅসম

৮ দিনত ৭ বাৰকৈ বাঢ়িল ইন্ধনৰ দাম

গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৯৯.৯১ টকা

◾আজি পুনৰ পেট্ৰ’ল-ডিজেলৰ দামবৃদ্ধি

◾৮ দিনত ৭ বাৰকৈ বাঢ়িল ইন্ধনৰ দাম

◾প্ৰতিলিটাৰ পেট্ৰ’লত ৮৯ পইচা বৃদ্ধি

◾প্ৰতিলিটাৰ ডিজেলত বৃদ্ধি পালে ৭৪ পইচা

◾গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৯৯.৯১ টকা

◾গুৱাহাটীত প্ৰতিলিটাৰ ডিজেলৰ দাম ৮৫.৯২ টকা

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen − 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.