অসমগুৱাহাটীৰাজনৈতিক

GMCৰ নিৰ্বাচনক লৈ BJPৰ প্ৰাৰ্থীৰ চূড়ান্ত তালিকা!

GMCৰ নিৰ্বাচনত ৫৩টা ৱাৰ্ডত প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে

◾GMCৰ নিৰ্বাচনক লৈ BJPৰ প্ৰাৰ্থী তালিকা চূড়ান্ত

◾GMCৰ নিৰ্বাচনত ৫৩টা ৱাৰ্ডত প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে

◾১৬নং ৱাৰ্ডৰ বাবে প্ৰমোদ স্বামীক প্ৰাৰ্থিত্ব

◾৩৮নং ৱাৰ্ডৰ বাবে শশাংক ডেকাক প্ৰাৰ্থিত্ব

◾২৯নং ৱাৰ্ডৰ বাবে মৃগেণ শৰণীয়াক প্ৰাৰ্থিত্ব

◾এতিয়ালৈ চূড়ান্ত হোৱা নাই ৩১নং ৱাৰ্ডৰ প্ৰাৰ্থীৰ নাম

◾৭টা ৱাৰ্ড মিত্ৰ দল অগপক এৰি দিছে বিজেপিয়ে

◾মঙলবাৰে প্ৰকাশ পাব অগপৰ প্ৰাৰ্থী তালিকা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen + 3 =

Back to top button