অভিনয়অসমউৎসৱগুৱাহাটীদৈনিক বাতৰিসংস্কৃতি

ৰঙালী বিহুৰ আনন্দ উছাহৰ মাজতে গোলাঘাটৰ বেতিয়নীত ভাওনা প্ৰদৰ্শন

বেতিয়নী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ ভাওনাই মুহিলে ৰাইজক। ছাত্ৰ-ছাত্ৰীসকলক মহাপুৰুষীয়া কৃষ্টি-সংষ্কৃতিৰ প্ৰতি আগ্ৰহ জন্মোৱাৰ উদ্দেশ্য প্ৰদৰ্শন কৰা কৰা হয় ভাওনা।

ৰঙালী বিহুৰ আনন্দ উছাহৰ মাজতে গোলাঘাটৰ বেতিয়নীত ভাওনা প্ৰদৰ্শন ৷

বেতিয়নী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ ভাওনাই মুহিলে ৰাইজক।

ছাত্ৰ-ছাত্ৰীসকলক মহাপুৰুষীয়া কৃষ্টি-সংষ্কৃতিৰ প্ৰতি আগ্ৰহ জন্মোৱাৰ উদ্দেশ্য প্ৰদৰ্শন কৰা কৰা হয় ভাওনা।

নৃসিংহ মুৰাৰী নাটত সুন্দৰভাৱে অভিনয় কৰে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে।

এমাহ ধৰি ভাওনাৰ আখৰা কৰি আহিছিল ছাত্ৰ-ছাত্ৰীসকলে।

ছাত্ৰ-ছাত্ৰীসকলৰ ভাওনা চাবলৈ আহিল বহু দূৰ দূৰণিৰ লোক।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × three =

Back to top button