অসমআঞ্চলিকদৈনিক বাতৰি
ঢকুৱাখনাৰ এজন অসমীয়া উদ্যমী যুৱকৰ মহানুভৱতা,শ্রমিক দিৱসৰ দিনটোত অর্ধশতাধিক শ্রমিকক বিনামূলীয়াকৈ কাটিলে দাড়ি-চুলি ‘পাপু চেলুনে’
ঢকুৱাখনাৰ এজন অসমীয়া উদ্যমী যুৱকৰ মহানুভৱতা,শ্রমিক দিৱসৰ দিনটোত অর্ধশতাধিক শ্রমিকক বিনামূলীয়াকৈ কাটিলে দাড়ি-চুলি ‘পাপু চেলুনে’
![ঢকুৱাখনাৰ এজন অসমীয়া উদ্যমী যুৱকৰ মহানুভৱতা,শ্রমিক দিৱসৰ দিনটোত অর্ধশতাধিক শ্রমিকক বিনামূলীয়াকৈ কাটিলে দাড়ি-চুলি ‘পাপু চেলুনে’ ঢকুৱাখনাৰ এজন অসমীয়া উদ্যমী যুৱকৰ মহানুভৱতা,শ্রমিক দিৱসৰ দিনটোত অর্ধশতাধিক শ্রমিকক বিনামূলীয়াকৈ কাটিলে দাড়ি-চুলি ‘পাপু চেলুনে’](https://prathamkhabartv.com/wp-content/uploads/2023/05/vlcsnap-2023-05-01-16h25m08s647-780x470.png)
ঢকুৱাখনাৰ এজন অসমীয়া উদ্যমী যুৱকৰ মহানুভৱতা | শ্রমিক দিৱসৰ দিনটোত অর্ধশতাধিক শ্রমিকক বিনামূলীয়াকৈ কাটিলে দাড়ি-চুলি ‘পাপু চেলুনে’ । দাড়ি-চুলি কাটিবলৈ মানুহৰ ভিৰ পাপু চেলুন। ঢকুৱাখনা নগৰৰ চেতীয়া মার্কেটতচে অৱস্থিত চেলুনখনত অর্ধশতাধিক শ্রমিকক বিনামূলীয়াকৈ দাড়ি-চুলি কাটি এক অনন্য তথা মহানুভৱতাৰ পৰিচয় দাঙি ধৰে যুৱকজনে। যুৱকজনৰ এনে মহানুভৱতাক সমগ্ৰ ঢকুৱাখনীয়াৰ লগতে বিভিন্নজনে শলাগ লয় ৷