অসমগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰতৰাজনৈতিক

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, বিষ্ণুপুৰ জিলাত দুৰ্বৃত্তৰ ৯টাকৈ গুলীচালনাৰ ঘটনাত মৃত্যু ৮জনৰ

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা

বিষ্ণুপুৰ জিলাত দুৰ্বৃত্তৰ গুলীচালনা

৯টাকৈ গুলীচালনাৰ ঘটনাত মৃত্যু ৮জনৰ

মৃত ৪জন মেইটেই, ৪জন কুকি

গুলীচালনাৰ ঘটনাত আহত ২০জন

ছুড়াচান্দপুৰতো হিংসাত্মক পৰিস্থিতি

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বিষ্ণুপুৰত কাৰ্ফিউ

সামৰিক, অৰ্ধসামৰিক বাহিনী মোতায়েন

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − 6 =

Back to top button