অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

অসম সাহিত্য সভাত বৃহৎ বিত্তীয় খেলিমেলি

অসম সাহিত্য সভাত বৃহৎ বিত্তীয় খেলিমেলি

২০১৫ৰ পৰা ২০২৩ চনলৈ এই বিত্তীয় খেলিমেলি

পূৰ্বৰ ৩ প্ৰধান সম্পাদকৰ কাৰ্যকালত বিত্তীয় খেলিমেলি!

পৰমানন্দ ৰাজবংশী, পদুম ৰাজখোৱা আৰু যাদৱ শৰ্মা

বিস্ফোৰক অভিযোগ প্ৰধান সম্পাদক উপেন্দ্ৰজিৎ শৰ্মাৰ

সভাৰ কাৰ্যালয়ৰ পৰা ফাইল হেৰুওৱাৰ অভিযোগ নস্যাৎ

পূৰ্বৰ কমিটীৰ বিৰুদ্ধে অভিযোগ নতুন কমিটীৰ

অসম সাহিত্য সভা ভৱনৰ ভিতৰৰ পৰা বিত্তীয় ফাইল হেৰুওৱা সন্দৰ্ভত দেওবাৰে সংবাদমেল অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডঃ উপেন্দ্ৰজিৎ শৰ্মাৰ। অসমৰ আগশাৰীৰ একাংশ বাতৰি কাকতত বিভ্ৰান্তিকৰ এটা বাতৰি প্ৰকাশ পোৱা বুলি মন্তব্য প্ৰধান সম্পাদকগৰাকীৰ। পুলিচ কাৰ্যালয়লৈ অহাটো সঁচা, কিন্তু কোনো ফাইল হেৰুৱা নাই অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ত। পূৰ্বৰ কেইজনমান বিষয়ববীয়াই মনে সজা এটা গোচৰ দিছিল পানবজাৰ থানাত। পূৰ্বৰ কমিটিৰ বিৰুদ্ধে অভিযোগ নতুন কমিটিৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

6 − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.