AssamCMO AssamEducationHimanta Biswa Sarmaleatest update

ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দিন আৰু সময়সূচী।

কোন তাৰিখে অনুষ্ঠিত হ'ব কি পৰীক্ষা?

ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দিন আৰু সময়সূচী

নতুন পৰীক্ষা নীতিৰে মেট্ৰিকৰ বাব সাজু SEBA

১৬ ফেব্ৰুৱাৰীৰ পৰা ৪ মাৰ্চলৈ মেট্ৰিক পৰীক্ষা

১৬ ফেব্ৰুৱাৰীত ইংৰাজী বিষয়ক পৰীক্ষা

২০ ফেব্ৰুৱাৰীত সমাজ বিজ্ঞানৰ পৰীক্ষা

২৩ ফেব্ৰুৱাৰীত MILৰ পৰীক্ষা

২৬ ফেব্ৰুৱাৰীত সাধাৰণ বিজ্ঞানৰ পৰীক্ষা

২৯ ফেব্ৰুৱাৰীত সাধাৰণ গণিতৰ পৰীক্ষা

৪ মাৰ্চত হ’ব ঐচ্ছেক বিষয়ৰ পৰীক্ষা

৪ মাৰ্চত অন্ত পৰিব হাইস্কুল শিক্ষান্ত পৰীক্ষা

প্ৰথমবাৰলৈ OMR ছীটত হ’ব পৰীক্ষা

৪টা বিষয়ত ৫০% নম্বৰৰে হ’ব পৰীক্ষা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven − 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.