Assamঅসম

গ্ৰীষ্ম প্ৰবাহক লৈ বতৰ বিজ্ঞানৰ সতৰ্কবাণী

কেইবাখনো ৰাজ্যত তাপমাত্ৰাই চুলে ৪২-৪৫ ডিগ্ৰী

উৎকট গৰমে দহিছে ভাৰতবৰ্ষ

অগ্নিপিণ্ডলৈ পৰ্যবসিত সমগ্ৰ দেশ

কেইবাখনো ৰাজ্যত তাপমাত্ৰাই চুলে ৪২-৪৫ ডিগ্ৰী

স্বাভাৱিক হাৰতকৈ ৪-৮ ডিগ্ৰী ছেলছিয়াছলৈ বৃদ্ধি তাপমাত্ৰা

গ্ৰীষ্ম প্ৰবাহক লৈ বতৰ বিজ্ঞানৰ সতৰ্কবাণী

দিল্লী, ৰাজস্থান, অন্ধ্ৰ প্ৰদেশ, বিহাৰ, উত্তৰ প্ৰদেশ, কেৰেলা

কৰ্ণাটক, মহাৰাষ্ট্ৰ, ঝাৰখণ্ড, তেলেংগানাত গ্ৰীষ্ম প্ৰবাহ

ৰাজ্যসমূহত ব্যাহত হৈছে স্বাভাৱিক জীৱনযাত্ৰা

কেইবাখনো ৰাজ্যত জাৰি বিশেষ সতৰ্কতামূলক নিদেৰ্শনা

কেৰেলাত ২৪ ঘণ্টাত দুজনৰ মৃত্যু

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen − 12 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.