leatest updatenational

বানবিধ্বস্ত তামিলনাডুৰ দক্ষিণ অঞ্চলত উদ্ধাৰ অভিযান অব্যাহত।

আৱদ্ধসকলৰ উদ্ধাৰক লৈ উঠি-পৰি নামিছে ভাৰতীয় বায়ুসেনা আৰু নৌ সেনাৰ দল।

বানবিধ্বস্ত তামিলনাডুৰ দক্ষিণ অঞ্চলত উদ্ধাৰ অভিযানত উঠি-পৰি নামিছে ভাৰতীয় বায়ুসেনা আৰু নৌ সেনাই। খাদ্য সামগ্ৰী যোগানৰ পৰা গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত এলেকাৰ পৰা আৱদ্ধ উদ্ধাৰলৈ, বায়ুসেনা আৰু নৌ সেনাৰ জোৱানে যুদ্ধগতিত নামি পৰিছে। প্ৰত্যেক অঞ্চলৰ পৰা বানাক্ৰান্তক উদ্ধাৰ আৰু সাহায্য প্ৰদান কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছে নৌ সেনা আৰু বায়ুসেনাৰ জোৱানে।

স্ক্ৰীণত আপোনালোকে দেখা পাইছে, কেনেকৈ এটা কণমানিক বানৰ মাজৰ পৰা উদ্ধাৰকাৰী হেলিকপ্তাৰলৈ আনিছে বায়ুসেনাৰ জোৱানে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 − 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.