Socialঅসম

অসম সীমান্তত ছহীদ ৬ জোৱানৰ পৰিয়ালক চাকৰিৰ নিযুক্তি পত্ৰ প্ৰদান মুখ্যমন্ত্ৰীৰ

ৰকাৰৰ ১০০ দিন সম্পূৰ্ণ হোৱা উপলক্ষে খানাপাৰা ষ্টাফ কলেজত আয়োজন কৰা হ'ল বিশেষ অনুষ্ঠানৰ

সম্পূৰ্ণ হ’ল হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰৰ ১০০টা দিন। ১০০ দিন সম্পূৰ্ণ হোৱাৰ দিনটোত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা।

চৰকাৰৰ ১০০ দিন সম্পূৰ্ণ হোৱা উপলক্ষে খানাপাৰা ষ্টাফ কলেজত আয়োজন কৰা হ’ল বিশেষ অনুষ্ঠানৰ। এই অনুষ্ঠানত বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে পূৰ্বতে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি অসম-মিজোৰাম সীমান্তত ছহীদ হোৱা ৬ জন বীৰ জোৱানৰ নিকট আত্মীয়ক প্ৰদান কৰে নিযুক্তি প্ৰক্ৰিয়া।

প্ৰতিশ্ৰুতি ৰক্ষা কৰি মুখ্যমন্ত্ৰীয়ে বীৰ ছহীদক চাকৰি দিয়া কাৰ্যই এতিয়া মুখত হাঁহি বিৰিঙাইছে পৰিয়ালৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two + sixteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.