বলিউড

বিবাহপাশত আবদ্ধ হ’ল ৰণবীৰ-আলিয়া, ছ’চিয়েল মিডিয়াত ভাইৰেল দুয়োৰে বিয়াৰ ফটো…

বিবাহ সম্পন্ন হোৱাৰ পিছতে আলিয়া ভাটে নিজৰ ইনষ্টাগ্ৰাম প্ৰ'ফাইলত শ্বেয়াৰ কৰে স্বামী-স্ত্ৰীৰ ফটো।

বহু জল্পনা-কল্পনাৰ অন্ত পেলাই বিবাহপাশত আবদ্ধ হ’ল বলিউডৰ জনপ্ৰিয় যুটী ৰণবীৰ-আলিয়া। যুগ্ম জীৱনৰ বাবে চিৰদিনৰ কাৰণে প্ৰতিজ্ঞাবদ্ধ হ’ল দুয়ো।

বিবাহ সম্পন্ন হোৱাৰ পিছতে আলিয়া ভাটে নিজৰ ইনষ্টাগ্ৰাম প্ৰ’ফাইলত শ্বেয়াৰ কৰে স্বামী-স্ত্ৰীৰ ফটো।

ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ মুম্বাইৰ এপাৰ্টমেণ্ট Vastuত সম্পন্ন হয় বিবাহখন।

উল্লেখ্য যে, কেৱল ঘনিষ্ঠ আত্মীয় আৰু বন্ধু উপস্থিত থাকে বিবাহখনত।

বুধবাৰে, মেহেন্দি অনুষ্ঠান হোৱাৰ পিছত বৃহস্পতিবাৰে পুৱা সম্পন্ন হ’ল হালধি অনুষ্ঠান।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.