অসম

APSCৰ পৰা আঁতৰিল বাধ্যতামূলক অসমীয়া ভাষাৰ কাকত

কেবিনেটৰ সিদ্ধান্তত শেষ মোহৰ ৰাজ্য চৰকাৰৰ।

⚫APSCৰ পৰা আঁতৰিল অসমীয়া ভাষাৰ বাধ্যতামূলক কাকত।

⚫উচ্চ ন্যায়ালয়ক অৱগত কৰালে ৰাজ্য চৰকাৰে।

⚫কেবিনেটৰ সিদ্ধান্তত শেষ মোহৰ ৰাজ্য চৰকাৰৰ।

⚫বাধ্যতামূলক অসমীয়া ভাষাৰ কাকতখনৰ বিৰুদ্ধে আৱেদন কৰিছিল একাংশ প্ৰাৰ্থীয়ে।

⚫বাধ্যতামূলক কাকতখন আঁতৰাবলৈ APSCক নিৰ্দেশ হাইকৰ্টৰ।

⚫এতিয়াৰে পৰা পৰীক্ষাৰ্থীয়ে ৩০০ নম্বৰৰ অসমীয়া কাকতৰ পৰীক্ষা দিব নালাগে।

⚫২০২২ চনৰ জানুৱাৰীত হ’ব লগীয়া মেইনছ পৰীক্ষাত পৰীক্ষাৰ্থীয়ে দিব নালাগে এই কাকতৰ পৰীক্ষা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen + nine =

Back to top button