AssamCity newsঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক গ্ৰেপ্তাৰ, ৰাজ্যপালক পদত্যাগ পত্ৰ দিয়াৰ পিছতে গ্ৰেপ্তাৰ ছোৰেনক…..

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক গ্ৰেপ্তাৰ

EDৰ জেৰাৰ অন্তত গ্ৰেপ্তাৰ মুখ্যমন্ত্ৰীগৰাকীক

ৰাজ্যপালক পদত্যাগ পত্ৰ দিয়াৰ পিছতে গ্ৰেপ্তাৰ ছোৰেনক

দুদিন ধৰি হেমন্ত ছোৰেনক জেৰা চলাইছিল EDএ

ভূমি কেলেংকাৰিৰ গোচৰত অভিযুক্ত হেমন্ত ছোৰেন

হেমন্ত ছোৰেনৰ বাসভৱনত তালাচী চলাইছিল EDএ

ছোৰেনৰ বাসভৱনত উদ্ধাৰ হৈছিল বিশাল পৰিমানৰ নগদ ধন

EDএ জব্দ কৰিছিল দুখনকৈ বিলাসী গাড়ী

ঝাৰখণ্ডৰ নতুন মুখ্যমন্ত্ৰী চম্পাই ছোৰেন

সকলো JMM বিধায়কৰ সমৰ্থন চম্পাই ছোৰেনলৈ

ঝাৰখণ্ডত কঠোৰ নিৰাপত্তামূলক ব্যৱস্থা

ঠায়ে ঠায়ে জাৰি কৰা হৈছে ১৪৪ ধাৰা

JMM কৰ্মীৰ ওপৰত সতৰ্ক দৃষ্টি নিৰাপত্তা বাহিনীৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eleven − eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.