AssamCity newsঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

ছত্তীশগড়ত শ্বহীদ হ’ল এগৰাকী অসম সন্তান, মাওবাদীৰ ভয়ংকৰ আক্ৰমণত নিহত লম্বোধৰ সিংহ…..

ছত্তীশগড়ত শ্বহীদ হ’ল এগৰাকী অসম সন্তান

মাওবাদীৰ ভয়ংকৰ আক্ৰমণত নিহত লম্বোধৰ সিংহ

লম্বোধৰ সিংহ CRPFৰ জোৱান আছিল

লম্বোধৰ সিংহৰ ঘৰ চিৰাঙৰ কাকৰাগাঁৱত

সিংহৰ ঘৰত CRPFৰ শীৰ্ষ বিষয়া

সুকমা আৰু বিজাপুৰত সংঘটিত হৈছিল ভয়ংকৰ আক্ৰমণ

এই আক্ৰমণত শ্বহীদ হৈছিল CRPFৰ ৩ জোৱান

মাওবাদীৰ আক্ৰমণত আহত হৈছিল ১৪জন জোৱান

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.