অপৰাধঅসমআঞ্চলিক

পুনৰ আৰক্ষীৰ জালত ড্ৰাগছ মাফিয়া

ৰাজ্যৰ ভিন্ন ঠাইত আৰক্ষীয়ে অভিযান চলাই এতিয়া পৰ্যন্ত গ্ৰেপ্তাৰ কৰিছে বহু সংখ্যক ড্ৰাগছ সৰবৰাহকাৰী আৰু অপৰাধীক

ড্ৰাগছ ব্যৱসায়ী আৰু অপৰাধীৰ বিৰুদ্ধে সষ্টম অসম আৰক্ষী। ৰাজ্যৰ ভিন্ন ঠাইত আৰক্ষীয়ে অভিযান চলাই এতিয়া পৰ্যন্ত গ্ৰেপ্তাৰ কৰিছে বহু সংখ্যক ড্ৰাগছ সৰবৰাহকাৰী আৰু অপৰাধীক।

মঙলবাৰে নিশা পল্টন বজাৰ আৰক্ষীৰ বিশেষ অভিযান। অভিযানত আৰক্ষীয়ে জব্দ কৰে ১২ গ্ৰাম ড্ৰাগছ, ১০০টা খালী কণ্টেইনাৰ আৰু ৪৫টা ম’বাইল ফোনৰ লগতে ২ টা Power Bank।

গান্ধী বস্তি, পল্টন বজাৰত নিশা আৰক্ষীয়ে চলাইছিল এই ড্ৰাগছ বিৰোধী অভিযান। ইতিমধ্যে আৰক্ষীয়ে সুশীল বড়ো, ৰজত মজুমদাৰ, ইড্ৰিছ আলি, চালিম আহমেদ নামৰ ৪ জন অপৰাধীক গ্ৰেপ্তাৰ কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen + ten =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.