Assamঅসমগুৱাহাটীদৈনিক বাতৰি

মহানগৰীৰ পাথৰকুৱেৰীত ভয়ংকৰ ঘটনা, পানী ভৰাই গেছ পাইপ পৰীক্ষণৰ সময়তে অঘটন

মহানগৰীৰ পাথৰকুৱেৰীত ভয়ংকৰ ঘটনা, পানী ভৰাই গেছ পাইপ পৰীক্ষণৰ সময়তে অঘটন

মহানগৰীৰ পাথৰকুৱেৰীত ভয়ংকৰ ঘটনা

পানী ভৰাই গেছ পাইপ পৰীক্ষণৰ সময়তে অঘটন

এগৰাকী যুৱতীসহ তিনিজনকৈ লোক আহত

আহত ৰাজু কলিতা, দেৱজিৎ শৰ্মা, ৰিনা টাইড

কেইবাখনো বাহনৰো বিস্তৰ ক্ষতি

পাথৰকুৱেৰীৰ মেগজিন তিনিআলিত এই ঘটনা

পূৰ্ব ভাৰতী প্ৰতিষ্ঠানৰ গেছ পাইপ ফাটি দুৰ্ঘটনা

আহত কেওজনকে GMCHলৈ প্ৰেৰণ

ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়া

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.