Socialভাৰত

প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ আজি তৃতীয় সংখ্যক মৃত্যু বাৰ্ষিকী

শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ আজি তৃতীয় সংখ্যক মৃত্যু বাৰ্ষিকী। অটল বিহাৰী বাজপেয়ীৰ মৃত্যু বাৰ্ষিকী উপলক্ষ্যে দিল্লীৰ ‘অটল সমাধি স্থান’ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে।

বিগত বৰ্ষৰ ১৬ আগষ্টত দিল্লীত দেহাৱসান ঘটিছিল অটল বিহাৰী বাজপেয়ীৰ। দেশৰ বিভিন্ন স্থানত আয়োজন কৰা হৈছে ৰাষ্ট্ৰনেতাগৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four + 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.