Assamঅপৰাধঅসম

গুৱাহাটী মহানগৰীত নৃশংস ঘটনা, পাষাণ মাতৃয়ে শৌচাগাৰৰ টেংকিত দলিয়ালে নৱজাতকক

গুৱাহাটী মহানগৰীত নৃশংস ঘটনা, পাষাণ মাতৃয়ে শৌচাগাৰৰ টেংকিত দলিয়ালে নৱজাতকক

গুৱাহাটী মহানগৰীত নৃশংস ঘটনা

পাষাণ মাতৃয়ে শৌচাগাৰৰ টেংকিত দলিয়ালে নৱজাতকক

মহানগৰীৰ বোন্দা কলনীত এই জঘন্য ঘটনা

উল্লেখ্য যে বোন্দা কলনীৰ বাসিন্দা উজ্জলনী বৰ্মন নামৰ মহিলা গৰাকীয়ে দুই বছৰ পূৰ্বে হাৰিয়ানাৰ স্বামী গৃহ এৰি বোন্দাৰ মাতৃ গৃহত আশ্ৰয় গ্ৰহণ কৰে। মাতৃ গৃহত থাকি মহিলাগৰাকীয়ে ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰি জীৱন নিৰ্বাহ কৰি আছিল। স্বামী হাৰা মহিলাগৰাকী হোৱা প্ৰত্যক্ষ কৰে স্থানীয় লোকে।

দুৰ্গা পূজাৰ দশমীৰ দিনা উজ্বলনী বৰ্মন নামৰ মহিলাগৰাকীয়ে জন্ম দিয়ে এটি পুত্ৰ সন্তান। ৰাইজৰ পৰা লজ্জা নিবাৰণৰ বাবে মাতৃগৰাকীয়ে নৱজাতক শিশুটিক শৌচগাৰৰ টেংকিত পেলাই হত্যা কৰে নবজাতকটিক। পৰৱৰ্তী সময়ত ৰাইজৰ জেৰাত ঘটনাৰ স্বীকাৰোক্তি দিয়ে মহিলাগৰাকীয়ে। ইপিনে ঘটনাৰ পিছৰে পৰা পলাতক উজ্জলনী বৰ্মন নামৰ মহিলাগৰাকী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine + 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.