অসমআন্তঃৰাষ্ট্ৰীয়গুৱাহাটীদৈনিক বাতৰিভাৰতমনোৰঞ্জনৰাজনৈতিক

গুৱাহাটীত উপস্থিত ভূটানৰ ৰজা জিগমে ৱাংগচুক, কাইলৈ কাজিৰঙা দৰ্শন কৰিব ভূটানৰ ৰজাগৰাকীয়ে

গুৱাহাটীত উপস্থিত ভূটানৰ ৰজা জিগমে ৱাংগচুক

বিশেষ বিমানেৰে উপস্থিত বৰঝাৰ বিমানবন্দৰত

বিমানবন্দৰত উষ্ম আদৰণি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

বিমানবন্দৰৰ পৰা পোনে পোনে ৰাওনা কামাখ্যা মন্দিৰলৈ

মা কামাখ্যাৰ আশীষ লৈ উপস্থিত হ’ব হোটেল ৰেডিচন ব্লু’ত

সন্ধিয়া মহানগৰীৰ ষ্টাফ কলেজত অনুষ্ঠিত হ’ব বৰ্ণাঢ্য অনুষ্ঠান

অসমৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰা হ’ব ভূটানৰ ৰজাৰ সন্মুখত

এটা দিন গুৱাহাটীতে কটাব ভূটানৰ ৰজাগৰাকীয়ে

ভূটানৰ ৰজাৰ আগমনক লৈ পথ নিৰ্দেশনা আৰক্ষী-প্ৰশাসনৰ

কাইলৈ কাজিৰঙা দৰ্শন কৰিব ভূটানৰ ৰজাগৰাকীয়ে

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.