Assamleatest updateRegionalSports

গুৱাহাটীত অনুষ্ঠিত মাৰাথান ২০২৪

পেপাৰ মাচে্ আৰু পেৰেৰা ইয়াছোৱাৰ উদ্যোগত মাৰাথান।

গুৱাহাটীত অনুষ্ঠিত মাৰাথান ২০২৪। পেপাৰ মাচে্ আৰু পেৰেৰা ইয়াছোৱাৰ উদ্যোগত মাৰাথান। চাৰিটা পৰ্যায়ত অনুষ্ঠিত হ’ব এই মাৰাথান। অংশ ল’ব বিভিন্ন প্ৰান্তৰ প্ৰতিযোগীয়ে। ৫, ১০, ২১ আৰু ৪২ কিঃমিঃ শাখাত অনুষ্ঠিত হ’ব বিশেষ মাৰাথান। ৪২ আৰু ২১ কিলোমিটাৰ মাৰাথানত থাকিব নগদ ধনৰ পুৰস্কাৰ।

৪২ কিলোমিটাৰ মাৰাথান উদ্বোধন কৰে আই এ এচ ৰবি কোটা,২১ কিলোমিটাৰ মাৰাথান উদ্বোধন কৰে ডি জি পি জি পি সিং, ১০ কিলোমিটাৰ মাৰাথান উদ্বোধন কৰে মুখ্য সচিব পবন বৰঠাকুৰে, ৫ কিলোমিটাৰ মাৰাথান উদ্বোধন কৰে মন্ত্ৰী নন্দিতা গাৰ্লোচাই‌ ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.