অসমগুৱাহাটীদৈনিক বাতৰি

আজি খানাপাৰাত ৰাজ্য চৰকাৰৰ বিশাল নিযুক্তি সমাৰোহ, গৃহমন্ত্ৰীৰ উপস্থিতিত নিযুক্তি পত্ৰ বিতৰণ সমাৰোহ

আজি খানাপাৰাত ৰাজ্য চৰকাৰৰ বিশাল নিযুক্তি সমাৰোহ

আজি খানাপাৰাত ৰাজ্য চৰকাৰৰ বিশাল নিযুক্তি সমাৰোহ

গৃহমন্ত্ৰীৰ উপস্থিতিত নিযুক্তি পত্ৰ বিতৰণ সমাৰোহ

সৰ্বমুঠ ৪৪,৭০৩ পদত প্ৰদান কৰা হ’ব নিযুক্তি পত্ৰ

৩য় বৰ্গৰ ১১,০৪৮ গৰাকীক নিযুক্তি পত্ৰ

৪ৰ্থ বৰ্গত ১৩,৭৩৯ গৰাকীক নিযুক্তি পত্ৰ

অসম আৰক্ষীত ১২,০৭৯ গৰাকীক নিযুক্তি পত্ৰ

৪৪,৭০৩ গৰাকীক একেলগে নিযুক্তি পত্ৰ

স্বাস্থ্য বিভাগত ৫,২৮১ গৰাকীক নিযুক্তি

আৰক্ষীৰ শ্বহীদ পৰিয়ালৰ ২৩১ গৰাকীক নিযুক্তি

LP, UPৰ ৪,৪৩৭ গৰাকীক নিযুক্তি

পৰিবহণ বিভাগত MVI ২২২ গৰাকীক নিযুক্তি

সামাজিক ন্যায় বিভাগত ৩৬৩ গৰাকীক নিযুক্তি

প্ৰাৰ্থীয়ে লগত আনিব লাগিব নিজৰ পৰিচয় পত্ৰ

মাৰ্কশ্বীট আৰু এডমিট কাৰ্ডো আনিব লাগিব প্ৰাৰ্থীয়ে

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.