AssamCity newsViralঅসমগুৱাহাটী
Trending

ভাড়াঘৰৰ ভিতৰতে নিজৰ জীৱন শেষ কৰিলে শিৱসাগৰৰ যুৱতীয়ে

''মা দেউতাক ভাইটি ভন্টী কুশলে থাকিবা, মোৰ আৰু জীয়াই থাকিব মন নাই''

গুৱাহাটীত পুনৰ সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। ভাড়াঘৰৰ ভিতৰতে নিজৰ জীৱন শেষ কৰিলে শিৱসাগৰৰ যুৱতী ময়ূৰী চেতিয়াই।অনিল নগৰৰ ভাড়াঘৰত নিজৰ জীৱন শেষ কৰি পিতৃ-মাতৃৰ বাবে এৰি থৈ যায় এটা বিশেষ টোকা।য’ত লিখা আছে ”মা দেউতাক ভাইটি ভন্টী কুশলে থাকিবা, মোৰ আৰু জীয়াই থাকিব মন নাই” ইয়াৰ সমান্তৰালকৈ গুৱাহাটীত UPSCৰ কোচ্চিঙো কৰি আছিল ময়ুৰীয়ে।ইতিমধ্যে GMCH হাস্পতালত সম্পন্ন হয় যুৱতীগৰাকীক মৰণোত্তৰ পৰীক্ষা।কিন্তু কি কাৰণত যুৱতীগৰাকীয়ে এই পথ বাচি ল’লে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত।

 

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.