Educationঅসমআঞ্চলিকগুৱাহাটী

সংকটত অসমৰ চৰকাৰী বিদ্যালয়!

শীঘ্ৰেই গুৱাহাটীত বন্ধ হ'ব বহুকেইখন চৰকাৰী বিদ্যালয়।

শীঘ্ৰেই গুৱাহাটীত বন্ধ হ’ব বহুকেইখন চৰকাৰী বিদ্যালয়। ১৬ খন এল পি, এম ই বিদ্যালয় বন্ধ হ’ব গুৱাহাটীত।লগতে বিদ্যালয় কেইখন হাইস্কুলৰ সৈতে একত্ৰীকৰণ কৰাৰ নিৰ্দেশনা জাৰি কৰে বিভাগীয় কৰ্তৃপক্ষই।

 

৩০ গৰাকীতকৈ কম শিক্ষাৰ্থী হোৱা বাবেই বিদ্যালয়কেইখন একত্ৰীকৰণৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। ইতিমধ্যে ১৬ খন বিদ্যালয়ৰ তালিকা প্ৰস্তুত কৰি প্ৰকাশ কৰিছে বিভাগীয় কৰ্তৃপক্ষই।

 

তালিকাত থকা বিদ্যালয় কেইখন হৈছে:

নামনি কামাখ্যা এল পি স্কুল, বীণাপানী হিন্দী এল পি স্কুল, মাছখোৱা মাজিদা এল পি স্কুল, খাৰঘূলী শিশু বিদ্যাপীঠ, মালিগাঁও বালিকা এল পি স্কুল, ৰুদ্ৰ সিং এল পি স্কুল, উত্তৰ বনমজা এল পি স্কুল, কটকীপৰা এল পি স্কুল, লাচিত গড় এল পি স্কুল, টিলিং গাঁও এল পি স্কুল, ঘোঁৰামৰা এল পি স্কুল, জনজাতি এম ই স্কুল, জিতেন্দ্ৰ নাথ এম ই স্কুল, চিত্ৰাঞ্চল এল পি স্কুল, আৰবান চৰকাৰী ছেকেণ্ডাৰী বেছিক স্কুল, নেতাজী শিশু বিদ্যাপীঠ এম ই স্কুল

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven + twenty =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.