অসমপৰিৱেশবতৰ

উৎকট গৰমৰ পৰা কিছু সকাহ পাব ৰাজ্যবাসীয়ে

মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা

কেইবাদিনো ধৰি ৰাজ্যত উৎকট গৰমে মানুহৰ গতানুগতিক জীৱন ব্যহত কৰিছে। ৰ’দৰ তাপত দিনৰ ভাগত ঘৰৰ পৰা ওলাবলে ভাবিব লগীয়া হৈছে ৰাজ্যবাসীয়ে।
কিন্তু শেহতীয়াকৈ ৰাজ্যবাসীয়ে এই গৰমৰ পৰা কিছু সকাহ পাব।
বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে যে, আজি অৰ্থাৎ মঙলবাৰৰ পৰা গৰমৰ তীব্ৰতা হ্ৰাস পোৱাৰ লগতে পাতলীয়া বৰষুণ হোৱাৰো সম্ভাৱনা আছে।
মঙলবাৰৰ পৰা অসমৰ অঞ্চল বিশেষে পাতলীয়া আৰু মজলীয়া বৰষুণ হোৱাৰ সম্ভাবনা আছে।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

6 + 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.