শ্ৰেণীবিহীন
দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰে বৈঠকত মিলিত মুখ্যমন্ত্ৰী, সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত আলোচনা
দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰে বৈঠকত মিলিত মুখ্যমন্ত্ৰী, সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত আলোচনা
![দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰে বৈঠকত মিলিত মুখ্যমন্ত্ৰী, সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত আলোচনা দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰে বৈঠকত মিলিত মুখ্যমন্ত্ৰী, সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত আলোচনা](https://prathamkhabartv.com/wp-content/uploads/2023/06/dc-Cover-52klilhh18s5bhp892l25cums2-20210922072602.Medi_-780x448.jpeg)
দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰে বৈঠকত মিলিত মুখ্যমন্ত্ৰী
সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত আলোচনা
শীঘ্ৰে নিৰ্বাচনী আয়োগে প্ৰকাশ কৰিব প্ৰথমখন খচৰা
৯ জুনত প্ৰথমখন খচৰা প্ৰকাশ কৰাৰ সম্ভাৱনা
মুখ্যমন্ত্ৰীক সংগ দিয়ে মন্ত্ৰী অশোক সিংঘলে
বৈঠকত উপস্থিত থাকে প্ৰধানমন্ত্ৰীৰ মুখ্য সচিব ডঃ পি কে মিশ্ৰও
গৃহমন্ত্ৰীৰ কাৰ্যালয়ত অনুষ্ঠিত হয় এই বৈঠক