শতবৰ্ষ গৰকা বেল কাঠৰ দুৰ্গা প্ৰতিমা। ঐতিহ্যমণ্ডিত পুৰণিগুদামত
উত্তৰ পূৱ ভাৰতৰ এখন বিশেষ পূজা মণ্ডপ। নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত পুৰণিগুদামত আছে দুৰ্গাপূজাৰ মণ্ডপখন৷ য’ত ১২৫ বছৰ গৰকা বেল কাঠেৰে নিৰ্মিত বুৰঞ্জী প্ৰসিদ্ধ দুৰ্গা দেবীৰ মুৰ্তি আছে৷
পুৰণিগুদামৰ দাৰুশিল্পী লেখধৰ শৰ্মা ওৰফে লেৰেলা খনিকৰে নিৰ্মাণ কৰা দুৰ্গা প্ৰতিমা সহ বাকী সমূহ প্ৰতিমা বেল কাঠৰ যদিও মহীষাসুৰৰ মুৰ্তিটো কি কাঠৰ আছিল, সেই কথা কোনেও নাজানে ৷ কাৰণ প্ৰচলিত জনশ্ৰুতি অনুসৰি বেল কাঠৰ অভাৱ হোৱাৰ পাছত মুৰ্তি নিৰ্মান কৰা শিল্পী গৰাকীয়ে সপোনত দেখা অনুসৰি এডাল প্ৰকাণ্ড কাঠ কলং সুঁতিৰে উটি আহিছিল৷ সেই কাঠডালেৰে বনোৱা হৈছিল মহীষাসুৰৰ মুৰ্তিটো।
উল্লেখ্য যে, পুৰণিগুদামৰ পুজামণ্ডপৰ এই প্ৰতিমাসমুহ বিজয়া দশমীৰ দিনা অন্যান্য মৃণ্ময় প্ৰতিমাৰ দৰে উটুৱাই দিয়া নহয়৷
Read Next
Assam
এপ্ৰিল 11, 2025
ঘোষণা হ’ল HSLC পৰীক্ষাৰ ফলাফল…
Assam
এপ্ৰিল 8, 2025
সুৰা ক্ৰেতাসকলৰ বাবে ভাল খবৰ!
Assam
এপ্ৰিল 8, 2025
পঞ্চায়ত নিৰ্বাচন-কংগ্ৰেছ নিজৰ মাজতে যুঁজত ব্যস্ত
Assam
এপ্ৰিল 8, 2025
কাজিৰঙাৰ বুকুত আনন্দৰ বন্যা…
Assam
এপ্ৰিল 8, 2025
পঞ্চায়ত নিৰ্বাচন
Assam
এপ্ৰিল 8, 2025
ৰাষ্ট্ৰপতিৰ বিশেষ নিৰাপত্তাৰ দায়িত্বত অসম সন্তান !

অসমলৈ গৌৰৱ… ISROত প্ৰশিক্ষণৰ সুবিধা পালে লামডিং কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰী চানভি শৰ্মাই
এপ্ৰিল 11, 2025
ফুল ফুলক বা নুফুলক বসন্ত আহিবই….নাহৰৰ পাতত পৰি কুলীয়ে বিনাইছে। চৌদিশে ব’হাগ-ব’হাগ গোন্ধ।
এপ্ৰিল 11, 2025
হিতেশৰ সৈতে সংসাৰ গঢ়াৰ মন নেকি মেৰী কমৰ! কোন এই হিতেশ চৌধুৰী?
এপ্ৰিল 11, 2025
‘ৰেচন কাৰ্ড থকা সকলে বিনামূলীয়াকৈ লাভ কৰিব পানী’ : মৃগেন শৰণীয়া