অসমগুৱাহাটীদৈনিক বাতৰি
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভয়ংকৰ অগ্নিকাণ্ড
পুৰণি ভৱনৰ প্ৰথম মহলাত সূত্ৰপাত জুইৰ। অগ্নিকাণ্ডৰ ফলত ৰোগী–অভিভাৱকৰ মাজত হাহাকাৰ।
![গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভয়ংকৰ অগ্নিকাণ্ড গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভয়ংকৰ অগ্নিকাণ্ড](https://prathamkhabartv.com/wp-content/uploads/2023/04/gmch-fire.jpg)
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভয়ংকৰ অগ্নিকাণ্ড।
পুৰণি ভৱনৰ প্ৰথম মহলাত সূত্ৰপাত জুইৰ।
অগ্নিকাণ্ডৰ ফলত ৰোগী–অভিভাৱকৰ মাজত হাহাকাৰ।
ঘটনাস্থলীত উপস্থিত হৈছে অগ্নিনিৰ্বাপক বাহিনী।
জুই নিৰ্বাপনৰ চেষ্টা চলাইছে অগ্নিনিৰ্বাপক বাহিনীয়ে।