অসম

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাফল্য, NIRFৰ ২০২২ ৰ তালিকাত ৩৬ তম স্থান লাভ গুৱাহাটী বিশ্ববিদ্যালয়ৰ…

দেশৰ সকলো বিশ্ববিদ্যালয়ৰ ভিতৰত সামগ্ৰিকভাৱে ৬৪ তম স্থানত গুৱাহাটী বিশ্ববিদ্যালয়

সৰ্বভাৰতীয় পৰ্য্যায়ত উজলিল গুৱাহাটী বিশ্ববিদ্যালয়। দেশৰ ১০০ খন বিশ্ববিদ্যালয়ৰ ভিতৰত ৩৬ তম স্থান দখল কৰিলে গুৱাহাটী বিশ্ববিদ্যালয়ে।

 

আনহাতে, দেশৰ সকলো বিশ্ববিদ্যালয়ৰ ভিতৰত সামগ্ৰিকভাৱে ৬৪ তম স্থানত গুৱাহাটী বিশ্ববিদ্যালয়। National Institute Ranking Framework চমুকৈ NIRFৰ ২০২২ ৰ তালিকাত স্থান লাভ গুৱাহাটী বিশ্ববিদ্যালয়ৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve + five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.