অসমদৈনিক বাতৰি

তিনিচুকীয়াৰ কিশোৰী ধৰ্ষণকাণ্ডৰ ন্যায়ৰ দাবীত আম আদমী পাৰ্টীৰ প্ৰতিবাদ

তিনিচুকীয়াৰ কিশোৰী ধৰ্ষণকাণ্ডৰ ন্যায়ৰ দাবীত আম আদমী পাৰ্টীৰ প্ৰতিবাদ

তিনিচুকীয়াৰ কিশোৰী ধৰ্ষণকাণ্ডৰ ন্যায়ৰ দাবীত আম আদমী পাৰ্টীৰ প্ৰতিবাদ। দীঘলীপুখুৰী পাৰত উত্তাল প্ৰতিবাদ আপ অসমৰ। দোষীক শীঘ্ৰে শাস্তি দিয়াৰ দাবী জনালে মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধান জিপিসিঙক। আৰক্ষী থানাত গোচৰ দিয়াৰ পিছতো ব্যৱস্থা গ্ৰহণ নকৰাক ধিক্কাৰ আপৰ।

বিজেপি বুথ কমিটিৰ সদস্য হোৱাৰ বাবে সমুদ্ৰ ৰায় লিম্বুৰ বিৰুদ্ধে ব্যৱস্থা নকৰাৰ অভিযোগ আপৰ।  শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে ইয়াতকৈ ভয়াৱহ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × one =

Back to top button