leatest updateঅসমউৎসৱদৈনিক বাতৰিভাৰতসংস্কৃতি

অসমৰ গামোচাই লাভ কৰিলে GI টেগ।

আনুষ্ঠানিকভাৱে সৰুসজাইত প্ৰমাণ-পত্ৰ গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীয়ে।

আজি অসমবাসীৰ বাবে এক ঐতিহাসিক দিন। ৩ হাজাৰ ঢোলৰ গুমগুমনিত কঁপি উঠিল সৰুসজাই। ১১,২,৯৮ গৰাকী বিহুৱা বিহুৱতীয়ে সৰুসজাইত বিশ্ব গঢ়িলে বিশ্ব অভিলেখ। সৰুসজাইত সাক্ষী হৈ ৰ’ল হাজাৰ হাজাৰ দৰ্শক। লগতে অসমবাসীৰ বাবে অন্য এক গৌৰৱৰ ক্ষণ হ’ল যে অসমৰ গামোচাই লাভ কৰিলে এক অনন্য পৰিচয়।

অসমৰ গামোচাই লাভ কৰিলে GI টেগ। আনুষ্ঠানিকভাৱে সৰুসজাইত প্ৰমাণ-পত্ৰ গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীয়ে। GI-TAG পেটেণ্টৰ কণ্ট্ৰোলাৰ জেনেৰেলে দিলে প্ৰমাণ-পত্ৰ। প্ৰদান কৰিলে ডঃ উন্নত পণ্ডিতে। বিগত বৰ্ষৰ ডিচেম্বৰ মাহত গামোচাই লাভ কৰিছিল GI টেগ। গীনিজ ৰেকৰ্ডৰ অভিলেখ অনুষ্ঠানত মুখ্যমন্ত্ৰীক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় প্ৰমাণ পত্ৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.