leatest updateSocialঅসমআঞ্চলিকউৎসৱগুৱাহাটীদৈনিক বাতৰিভাৰতসংস্কৃতি

এটা গৌৰৱময় মধুৰ ক্ষণৰ সাক্ষী হ’ল অসমবাসী।

দুটাকৈ বিশ্ব অভিলেখৰ এক স্বৰ্ণিল মুহূৰ্তৰ সাক্ষী হ'ল অসমবাসী।

অৱশেষত আহিল সেই ক্ষণ। এটা গৌৰৱময় মধুৰ ক্ষণৰ সাক্ষী হ’ল অসমবাসী। ৰঙালী বিহুৰ বিশ্বমুখী বিজয় যাত্ৰা। সৰুসজাইত অনুষ্ঠিত হ’ল বাপতিসাহোন বিহুৰ বিশ্বমুখী যাত্ৰা। দুটাকৈ বিশ্ব অভিলেখৰ এক স্বৰ্ণিল মুহূৰ্তৰ সাক্ষী হ’ল অসমবাসী।

১১,২,৯৮ গৰাকী বিহুৱা বিহুৱতীয়ে ৰচিলে সৰুসজাইত বিশ্ব অভিলেখ। ৩ হাজাৰ ঢোলৰ গুমগুমনিত কঁপি উঠিল সৰুসজাই ষ্টেডিয়াম। উপস্থিত গীনিজ বুকৰ প্ৰতিনিধি দল। গীনিজ বুকৰ প্ৰতিনিধি দলে ৰেকৰ্ড কৰিলে সকলো। সৰুসজাইত সাক্ষী হৈ ৰ’ল হাজাৰ হাজাৰ দৰ্শক।

উল্লেখ্য যে বিহুৰ এই শুভ মুহূৰ্তত কাইলৈ ৰাজ্যবাসীৰ সৈতে ৰঙালীৰ ৰঙত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 + 15 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.