অপৰাধঅসমঅসম আৰক্ষী

অবুজ শিশুক প্ৰচণ্ড চৰ শোধালে দোকানীয়ে, শিশু প্ৰহাৰৰ ঘটনাক কেন্দ্ৰ কৰি মিৰ্জাত চাঞ্চল্য

পৰৱৰ্তী সময়ত শিশুটোৰ পৰিয়ালৰ লোক পলাশবাৰী আৰক্ষী থানাত উপস্থিত হৈ ৰুজু কৰে গোচৰ। অৱশ্যে, এই ঘটনাক পলাশবাৰী আৰক্ষীয়ে কি হিচাপে লয় সেয়াহে হ'ব লক্ষণীয় ।

মিৰ্জাত শিশু প্ৰহাৰৰ ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত মিৰ্জাত এটি শিশুক প্ৰচণ্ড চৰ সোধালে এজন দোকানীয়ে।

 

ভৰত তালুকদাৰ নামৰ গেলামাল দোকানী এজনৰ বিৰুদ্ধে উঠিছে গুৰুতৰ অভিযোগ। ভৰত তালুকদাৰৰ দোকানলৈ যোৱাৰ সময়তে শিশুটিক বেয়াকৈ প্ৰহাৰ কৰে দোকানীজনে। অৱশ্যে, কি কাৰণত দোকানীজনে শিশুটিক প্ৰহাৰ কৰে, সেয়া এতিয়াও পোহৰলৈ অহা নাই।

 

পৰৱৰ্তী সময়ত শিশুটোৰ পৰিয়ালৰ লোক পলাশবাৰী আৰক্ষী থানাত উপস্থিত হৈ ৰুজু কৰে গোচৰ। অৱশ্যে, এই ঘটনাক পলাশবাৰী আৰক্ষীয়ে কি হিচাপে লয় সেয়াহে হ’ব লক্ষণীয় ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × one =

Back to top button